মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে গুৰুক কি কামত সহায় কৰিছিল?

উত্তৰঃ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে গুৰুক খেতি-বাতিটো সহায় কৰিছিল।