মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱক গুৰুৱে কিয় ওজা ছাত্ৰ পাতিছিল?

উত্তৰঃ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱক গুৰুৰ মৰমৰ শিষ্য হোৱাৰ বাবে তেওঁক ওজা ছাত্ৰ পাতিছিল।