যাদৱসকলৰ বা যদুবংশৰ ফৈদ দুটাৰ নাম উল্লেখ কৰা।

উত্তৰঃ যাদৱসকলৰ বা যদুবংশৰ ফৈদ দুটা আছিল – বৃষ্ণি আৰু ভোজবংশ।