ভূগুমুনিৰ পত্নীৰ নাম কি আছিল?

উত্তৰঃ ভূগুমুনিৰ পত্নীৰ নাম পুলোমা আছিল।