পৃথিৱীৰ কোনজন একছত্ৰী ৰজা স্বৰ্গৰ ইন্দ্ৰ বা ৰজা হৈছিল?

উত্তৰঃ পৃথিৱীৰ নহুষ নামৰ একছত্ৰী ৰজাজন এসময়ত স্বৰ্গৰ ইন্দ্ৰ বা দেৱৰাজ হৈছিল।