অৰ্জুন নাগিনী ভাৰ্যা উলূপী কাৰ কন্যা আছিল?

উত্তৰঃ অৰ্জুনৰ নাগিনী ভাৰ্যা উলূপী কৌৰব্য নামৰ নাগৰ কন্যা আছিল।