যুধিষ্ঠিৰৰ ইন্দ্ৰপ্ৰস্থ নগৰত থকা সভাগৃহটো কোনে নিৰ্মাণ কৰিছিল?

উত্তৰঃ যুধিষ্ঠিৰৰ ইন্দ্ৰপ্ৰস্থ নগৰত থকা সভাগৃহটো ময়দানৱে নিৰ্মাণ কৰি দিছিল।