শ্ৰীবৎস ৰজাৰ পত্নীৰ নাম কি আছিল ? তেওঁ কাৰ কন্যা আছিল ?

উুত্তৰঃ শ্ৰীবৎস ৰজাৰ পত্নীৰ নাম আছিল চিন্তা। চিন্তা চিত্ৰসেন ৰজাৰ ৰাজকন্যা আছিল।