নল কোন ৰাজ্যৰ ৰজা আছিল ? তেওঁৰ সামসাময়িক ৰজাজন কোন আছিল আৰু তেওঁ কোন ৰাজ্যৰ ৰজা আছিল?

উত্তৰঃ নল ৰজা নিষধ ৰাজ্যৰ ৰজা আছিল। তেওঁৰ সমসাময়িক ৰজা আছিল ভীম। ভীম বিদৰ্ভ ৰাজ্যৰ ৰজা আছিল।