কলিক দেখা পাই নল ৰজাই কি কৰিছিল?

উত্তৰঃ কলিক দেখা পাই নল ৰজাই খঙত কাটিবলৈ ধৰিছিল।