কুৰু পাণ্ডৱ যুদ্ধৰ বিষয়ে ধৃতৰাষ্ট্ৰক জনাই থাকিবলৈ সঞ্জলক দিব্যচকু কোনে দান কৰিছিল?

উত্তৰঃ কুৰু পাণ্ডৱ যুদ্ধৰ বিষয়ে ধৃতৰাষ্ট্ৰক জনাই থাকিবলৈ সঞ্জলত দিব্যচকু ব্যাসদেৱে দান কৰিছিল।