হংসধ্বজৰ ভাৰ্যাৰ নাম কি আছিল?

উত্তৰঃ হংসধ্বজৰ ভাৰ্যাৰ নাম আছিল প্ৰভাৱতী।