ৰেণুকা কোন আছিল?

উত্তৰঃ ৰেণুকা জমদগ্নি ঋষিৰ পত্নী, পৰশুৰামৰ মাতৃ আৰু প্ৰসেনজিতৰ পালিতা কন্যা।