দ্ৰেৱব্ৰত ভীষ্মই বেদ-বেদান্তৰ সকলো জ্ঞান কাৰ পৰা আয়ত্ত কৰিছিল?

উত্তৰঃ দ্ৰৱব্ৰত ভীষ্মই বেদ-বেদান্তৰ সকলো জ্ঞান মহামুনি বশিষ্ঠৰ পৰা আয়ত্ত কৰিছিল।