বিচিত্ৰবীৰ্যৰ ভাৰ্যা কেইগৰাকী আৰু কোন কোন আছিল?

উত্তৰঃ বিচিত্ৰবীৰ্যৰ ভাৰ্যা দুগৰাকী আছিল। তেওঁলোক অম্বিকা আৰু অম্বালিকা।