ধৰ্মৰাজক বনবাসৰ সময়ত পৰীক্ষা লোৱা যক্ষজন কোন আছিল?

উত্তৰঃ ধৰ্মৰাজক বনবাসৰ সময়ত পৰীক্ষা লোৱা যক্ষজন আছিল স্বয়ং ধৰ্মৰাজ যমৰজা।