অঘৰী সাম্ৰাজ্য | অধ্যায় ৫ | Class 11 History Question and Answer Assam | HS 1st Year History Chapter 5 Question and Answer Assamese Medium Solution | HS 1st Year History Lesson 5 Question and Answer Assamese Medium Question and Answer Notes and Suggestion |

অধ্যায় ৫

অঘৰী সাম্ৰাজ্য

১। অতি চমু উত্তৰ দিয়া

(ক) জুৱাইনি কোন আছিল?

উত্তৰঃ

(খ) কোন শতিকাত চীনৰ প্ৰাচীৰ নিৰ্মাণ হৈছিল?

উত্তৰঃ

(গ) চেংঘিজ খাঁৰ মৃত্যু কেতিয়া হৈছিল?

উত্তৰঃ

(ঘ) মঙ্গোলীয়া গণতন্ত্ৰৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল

উত্তৰঃ

(ঙ) মঙ্গোলসকলৰ শ্ৰেষ্ঠতম নেতা বুলি কাক কোৱা হয়?

উত্তৰঃ

(চ) ঘাজান খাঁ কোন আছিল?

উত্তৰঃ

২।চমু উত্তৰ লিখা ঃ

(ক) মোগলসকলৰ বাবে বাণিজ্য কিয় ইমান তাৎপৰ্য্যপূৰ্ণ আছিল?

উত্তৰঃ

(খ) কিয় চেংগিজ খাঁই মোগল জনজাতিবোৰক সামাজিক আৰু সামৰিক গোটত বিভক্ত কৰাৰ প্ৰয়োজনীয়তা অনুভব কৰিছিল?

উত্তৰঃ

(গ) কেনেকৈ শেষৰ ফালৰ মঙ্গোলসকলৰ য়াছাৰ ওপৰত প্ৰতিক্ৰিয়াই কি ধৰণে চেংগিজ খাঁৰ স্মৃতিৰ সৈতে জড়িত হোৱা তেওঁলোকৰ উদ্বেগপূৰ্ণ সম্বন্ধক জাগ্ৰত কৰে?

উত্তৰঃ

(ঘ) ‘যদিহে ইতিহাসে নগৰভিত্তিক লেখকৰ ৰেকৰ্ডৰ ওপৰত নিৰ্ভৰ কৰে, তেনেহ’লে ঐতিহাসিক অঘৰী সমাজবিলাকক সদায়ে শত্ৰু ভাৱাপন্ন (যুযুৎসু) হিচাপে জনা যাব’ 一তুমি এই উক্তি মানি লোৱানে? এই কথাই কিয় পাৰ্চীয়ান বুৰঞ্জীলেখকে মঙ্গোল অভিযানবিলাকত মৃত্যু হোৱা লোকৰ সংখ্যা বঢ়াই লিখে তাৰ কাৰণ ব্যাখ্যা কৰেনে?

উত্তৰঃ

৩। ৰচনাধৰ্মী প্ৰশ্ন ঃ

(ক) মঙ্গোল আৰু বেদুইন সমাজৰ অঘৰী উপাদানবোৰৰ কথা মনত ৰাখি লিখা তেওঁলোকৰ নিজ নিজ ঐতিহাসিক অভিজ্ঞাতাবোৰ পৃথক হয়নে? এই ভিন্নতাৰ কাৰণ কি বুলি ব্যাখ্যা কৰিবা?

উত্তৰঃ

(খ) ত্ৰয়োদশ শতিকাৰ মাজভাগত মঙ্গোলসকলে প্ৰতিষ্ঠা কৰা পেক্স মঙ্গোলিকাৰ (Pax Mongolica) চাৰিত্ৰিক বৈশিষ্ট্যৰ বিষয়ে তলৰ টোকাৰ পৰা কিমান দূৰ বহলাই জানিব পাৰি?

উত্তৰঃ

(গ) অঘৰী সমাজত ৰাষ্ট্ৰগঠন কেনেকৈ সম্ভৱ হয় বৰ্ণনা কৰা।

উত্তৰঃ

(ঘ) চেংগিজ খাঁৰ ঘটনাবহুল জীৱন পৰিক্ৰমা বৰ্ণনা কৰা।

ফ্ৰেন্সিকান ভিক্ষু ৰুব্ৰুকৰ (Rubruck) উইলিয়ামক ফ্ৰান্সৰ নৱম লুইয়ে মহানখানৰ ৰাজসভালৈ কটকী হিচাপে পঠাইছিল। তেওঁ ১২৫৪-ত মংকেৰ ৰাজানী কাৰাকোৰাম পালেগৈ আৰু তাত লৰেইনব (ফ্ৰান্সৰ) পেকেট (Paquette) নামৰ এগৰাকী তিৰোতাক লগ পালে। তেওঁক হাঙ্গেবীৰ পৰা অনা হৈছিল আৰু ৰাজকুমাৰৰ পত্নী এগৰাকীৰ সেৱাত নিযুক্ত কৰিছিল। এই পত্নীগৰাকী আছিল নেষ্টৰিয়ান খ্ৰীষ্টান। ৰাজসভাত উইলিয়ামে গুইলম বাউচাৰ (Guillaume Boucher) নামৰ এজন পেৰিচৰ স্বৰ্ণকাৰকো লগ পাইছিল। বাউচাৰৰ ভায়েকে পেৰিচৰ গ্ৰেণ্ড পণ্টত কাম কৰিছিল। এই লোকজন প্ৰথমে ৰাণী চৰঘাক্টানী (Sarghaqtani) আৰু পিছত মংকেৰ ভায়েকে নিযুক্তি দিছিল। ৰুব্ৰুকৰ উইলিয়ামে দেখিছিল যে ৰাজসভাৰ বিশাল উৎসৱত প্ৰথমে নেষ্টাৰিয়ান পুৰোহিত সকলক ৰাজমৰ্য্যাদাৰে মহান খাঁক আশীৰ্বাদ দিবলৈ নিমন্ত্ৰণ জনায়। তেওঁলোকৰ পিছতহে মুছলমান, বৌদ্ধ আৰু টাওপন্থী ভিক্ষুক আশীৰ্বাদ দিবলৈ আহ্বান জনায়।

উত্তৰঃ

৪। চমু টোকা লিখাঃ

ক) বুখাৰা জয়

উত্তৰঃ

খ) চেংগিজ খাঁ

উত্তৰঃ

গ) মঙ্গোল ধ্বংস খৰচৰ খটিয়ান

উত্তৰঃ

ঘ) য়াচ

উত্তৰঃ