(১৬) বিযোজন বিক্ৰিয়া কি ? উদাহৰণ দিয়া ।

উত্তৰঃ বিযোজন বিক্ৰিয়াত এটা ৰাসায়নিক পদাৰ্থ বা যৌগ বিযোজিত হৈ দুটা ততোধিক পদাৰ্থ উৎপন্ন হয় । উদাহৰণস্বৰূপে: পানীত বিদ্যুত বিশ্লেষণ কৰিলে হাইড্ৰ’জেন গেছ আৰু অক্সিজেন গেছ উৎপন্ন হয় । 12 . তাপ , পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা ।