ছিলভাৰ ক্ল’ৰাইডক কিয় পোহৰ প্ৰৱেশ কৰিব নোৱাৰা বটলত ৰাখিব লগা হয় ?

উত্তৰঃ পোহৰৰ সংস্পৰ্শলৈ আহিলে চিলভাৰ নাইট্ৰেট (তৰল) অৱক্ষয় হ’ব। সেয়েহে ইয়াক সংৰক্ষণৰ সময়ত পোহৰৰ পৰা সুৰক্ষিত কৰিব লাগিব আৰু ডাঠ বটলত ৰখা হ’ব।