পদ্মনাথ গোহাঞিবৰুৱাৰ দুখন নাটকৰ নাম লিখা

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম হ’ল-‘টেটোন তামুলী’ আৰু জয়মতী ।