ফলৰ ৰস আৰু দৈক তাম কাহঁ-পিতলৰ পাত্ৰত কিয় ৰখা নহয় ?

উত্তৰঃ দৈ আৰু টেঙা পদাৰ্থ দুয়োটা এচিড। এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি নিমখ আৰু হাইড্ৰজেন গেছ উৎপাদন কৰে। সেয়েহে, যদি এনে পদাৰ্থবোৰ তামৰ পাত্ৰত ৰখা হয়, এচিডে প্ৰতিক্ৰিয়া কৰিব আৰু পাত্ৰটো ক্ষয় হ’ব। ইয়াৰ দ্বাৰা খাদ্য নষ্ট হ’ব পাৰে।