ঘ্ৰাণেন্দ্ৰিক সূচক বুলিলে কি বুজা ?

উত্তৰঃ কিছুমান পদাৰ্থ আছে যিবোৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্য়মত গোন্ধৰ পৰিৱৰ্তন ঘটে, তেনেবোৰ পদাৰ্থক ঘ্ৰাণেন্দ্ৰিক সূচক বোলে। যেনে- পিয়াজ, লং আদি।