আবুল ফজলঃ ৰাজতন্ত্ৰ | Chapter 7 | Abul Fazal: Monarchy | Gauhati University BA 5th Semester Political Science আবুল ফজলঃ ৰাজতন্ত্ৰ সপ্তম অধ্যায় Question and Answer Solution Assamese Medium | GU TDC BA 5th Semester Political Science আবুল ফজলঃ ৰাজতন্ত্ৰ Short Question and Answer Notes and Suggestion Assamese Medium | Gauhati University BA 5th Semester আবুল ফজলঃ ৰাজতন্ত্ৰ Important Question Answer Solution Assamese Medium | GU TDC 5th Semester আবুল ফজলঃ ৰাজতন্ত্ৰ Questions Paper Free Download PDF |

সপ্তম অধ্যায়হ

আবুল ফজলঃ ৰাজতন্ত্ৰ

Abul Fazal: Monarchy

প্ৰশ্নাৱলী

[A] অতি চমু উত্তৰৰ প্ৰশ্ন :  

১।  আবুল ফজলৰ সম্পূর্ণ নাম হ’ল—  

The full name of Abul Fazl is  

(ক) আবুল ফজল ইব্‌ন মুবাৰক (Abul Fazl Ibn Mubarak)  

(খ) ইবন আৰবী.(Ibn Arabi)  

(গ) চিহাবুদ্দিন চুহৰাৱৰ্দী (Shibhabuddin Suhrawardy)  

(ঘ) শেখ মুবাৰক (Sheikh Mubarak)  

2।আবুল ফজলক হত্যা কৰা হৈছিল—  

Abul Fazl was assassinated in  

(ক)১৯৫৯ চনত (1959)

(খ) ১৬৬০ চনত  (1660)

(গ) ১৬৬১ চনত (1661)

(ঘ) ১৬০২ চনত (1602)

৩।‘আইন-ই-আকবৰী’ গ্ৰন্থখনৰ ৰচক কোন?      

The writer of the book Ain-i-Akbari’ is—  

(ক) ইবন আৰবী (Ibn Arabi)

(খ) আবুল ফজল (Abul Fazl)  

(গ) জিয়া বাৰানী (Zia Barani)

(ঘ) কবীৰ (Kobir)

 ৪।‘আকবনামা’ লিখিছিল— 

“Akbarnama’ is written by 

(ক) জিয়া বাৰানী (Zia Barani) 

(খ) আবুল ফজল (Abul Fazl) 

(গ) কবীৰ (Kabir)

(ঘ) ইব্‌ন আৰবী (Ibn Arabi)

৫। সার্বভৌমত্বৰ দৈবিক জেউতি তত্ত্বৰ প্ৰবক্তা আছিল— 

 The exponent of devine light theory of sovereinty is-

(ক) জিয়া বাৰানী (Zia Barani)

(খ) কবীৰ (Kabir)  

(গ) আবুল ফজল (Abul Fazl) 

(ঘ) ইব্ন আৰবী (Ibn Arabi) 

৬। “Theory of Divine Light’ তলৰ কোন গৰাকী চিন্তাবিদৰ তত্ত্ব? 

Theory of Divine Light’ is propounded by 

(ক) জিয়া বাৰানী (Zia Barani) 

(খ) আবুল ফজল (Abul Fazl) 

(গ) মনু (Manu) 

(ঘ) বেদ ব্যাস (Ved Vyasa) 

৭। ‘ৰজা ভগৱানৰ ছাঁ নহয়’ – কোন কৈছিল?,

“The King is not the shadow of God’ – Who said? 

(ক) মনু (Manu) 

(খ) কবীৰ (Kabir)

(গ) আবুল ফজল (Abul Fazl)

(ঘ) বাৰানী (Barani) 

৮। Sul-i-kul তত্ত্বৰ প্ৰবক্তা হ’ল—

The propounder of sul-i-kul theory is

(ক) বাৰাই (Barai) 

(খ) কবীৰ (Kabor)

(গ) ইব্‌ন আৰবী (Ibn Arabi)

(ঘ) আবুল ফজল (Abul Fazl) 

৯। Sul-i-kul তত্ত্বটো ইবন আৰবীৰ কোনটো তত্ত্বৰপৰা লোৱা হৈছে? 

The theory sul-i-kul is derrived from which theory of Ibn Arabi? 

(ক) ইছৰাক তত্ত্ব (Sihraq Theory)

(খ) গুপ্ত সত্য তত্ত্ব (Theory of Mystic trugh)

(গ) শ্বৰিয়াত (Shariat)

(ঘ) জৱাবিত (Zawabit)

১০।  আবুল ফজলে সম্ভ্রান্ত শ্রেণীক কিহৰ লগত তুলনা কৰিছে? 

Abul Fazal compared Nobility calss with whom of the following (ক) অগ্নি (Fire)

(খ) জল (Water)

(গ) বায়ু(Air)

(ঘ) মাটি (Soil)    

১১। Sul-i-kul হৈছে এক ৰাষ্ট্ৰ নীতি। (সত্য নে অসত্য লিখা) 

Sul-i-kul is a state policy. (Write True or False) 

১২। ‘সার্বজনীন ভালপোৱা’ হৈছে ‘চুল-ই-কুল’ৰ শীৰ্ষ ৰূপ। (সত্য নে অসত্য লিখা) 

Universal Love is the higher form of Sulh-i-kul. (Write True or False) *

[B] চমু প্রশ্ন (Short Questions):  

১। আবুল ফজলৰ চিন্তাধাৰাক প্ৰভাৱিত কৰা দুগৰাকী চুফী সাধকৰ নাম লিখা? 

Wirte the name of two Sufi philosopher that influenced Abul Fazl’s thought. 

২। আবুল ফজলে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা। Write two name of book wirtten by Abul Fazl.  

৩। ‘ৰজা ভগৱানৰ ছাঁ নহয়, পোহৰহে — চমুকৈ ব্যাখ্যা কৰা। ★ The King is not shadow of the God’, but ‘light of God’ – Justify.  

8। আবুল ফজলৰ সাৰ্বভৌমত্ব ধৰাণাৰ দুটা দিশ লিখা। Write two aspects of Abul Fazl’s concept of Sovereignty.  

৫। ‘চুল-ই-কুল’ কি?  What is Sulh-i-kul?  

৬। আবুল ফজলৰ আদৰ্শ ৰজাৰ দুটা গুণ লিখা।  

Write two virtues of Abul Fazl’s Ideal King.  

৭। আবুল ফজলৰ মতে, মানৱ সমাজৰ শ্ৰেণী চাৰিটা কি কি? What are the four classes of human society as Abul Fazl described?  

[C] চমু টোকা (Short Notes)  

১। ‘চুল-ই-কুল  Sulh-i-Kul)  

২। আবুল ফজলৰ আদৰ্শ ৰজা।  Abul Fazl’s Ideal King  

৩।আবুল ফজলৰ আদৰ্শ ৰাষ্ট্ৰৰ ধাৰণা  Abul Fazl’s Ideal State  

8। মোগল সার্বভৌমত্বৰ বৈশিষ্ট্যসমূহ  Features of Moghal Sovereignty  

৫। ৰাজসত্তাৰ দৈৱিক জেউতি তত্ত্ব 

Devine light theory of Kingship.  

[D] Essay type questions:  

১। আবুল ফজলৰ সাৰ্বভৌমত্বৰ ধাৰণাটো আলোচনা কৰা। এই ধাৰণাই ৰাজসত্ত্বা দৈৱিক তত্ত্বক সমৰ্থন কৰা বুলি ভাবা নে? যুক্তি দিয়া। (Discuss the concept of Sovereignty as psopounded by Abul Fazal. What extent it supports divine theory of Kingship?)  

২। ‘আবুল ফজলৰ আদৰ্শ ‘বাদশ্বাহ’ ৰজাৰ প্ৰতিনিধি’— ব্যাখ্যা কৰা। (Abul Fazals Ideal ‘Badsahah’ is representative of God. Discuss.)  

৩। আবুল ফজলৰ ৰাজসত্তা তত্ত্বৰ ওপৰত এখন ৰচনা লিখা।  Write an essay on Abul Fazal’s theory of kingship.

8। আবুল ফজনৰ আদৰ্শ ৰাষ্ট্ৰৰ ওপৰত ৰচনা লিখা।

Write an essay on Abul Fazal’s idel State.

৫। ‘চুল-ই-কুল’ কি? আদৰ্শ ৰাষ্ট্ৰ প্ৰতিষ্ঠাত ই কেনেদৰে সহায় কৰে ? আলোচনা কৰা।

What is Sulh-i-Kul ? How can it help in a state to became ideal state ? Discuss.

[D] চমুটোকা লিখা (Write Short notes):

১। প্ৰাকৃতিক আইনৰ বৈশিষ্ট্যসমূহ (Features of Natural Law)

২। নৈতিক আইন (Moral law)

৩। শাসনৰ কাৰ্যাৱলী (Functions of the Ruler)

৪। সামাজিক চুক্তি তত্ত্ব হিচাপে বুদ্ধৰ ৰাষ্ট্ৰ উৎপত্তিৰ ধাৰণা 

(Buddha’s idea of origin of the state as social contract theory) 

[E] ৰচনাধৰ্মী প্ৰশ্ন (Descriptive Questions):

১। বুদ্ধৰ আইনৰ ধাৰণা আলোচনা কৰা। (Discuss Buddha’s concept of law.)

২। বুদ্ধৰ ৰাষ্ট্ৰ তত্ত্ব আলোচনা কৰা। (Discuss buhha’s theory of state)

৩। বুদ্ধৰ শাসনৰ ধাৰণাটো বিশ্লেষণ কৰা। (Analyse buddha’s concept of the ruler.)

৪। চৰকাৰ তত্ত্বৰ ওপৰত বুদ্ধৰ অভিমত আলোচনা কৰা।

(Discuss buddha’s views on theory of state.) 

 ৫। Give an outline of buddhist political thought.

 ৬। বুদ্ধই দীঘানিকায়ত বৰ্ণনা কৰা মতে ৰাষ্ট্ৰ তত্ত্বটো আলোচনা কৰা।

Discuss the theory of kingship as described by buddha in digha nikaya.

৭। ৰাষ্ট্ৰৰ উৎপত্তি, প্ৰকৃতি আৰু কাৰ্যাৱলী সম্পৰ্কে দীঘানিকায়ৰ দৃষ্টিভংগী আলোচনা কৰা।

Discuss the origin nature of functions of state in digha nikaya.

Question Type-Bhabesh Bora.