লোক প্ৰশাসনত নৈতিক আৰু মূল্যবোধ Ethics and Values in public Administration | Unit 3 C | Gauhati University BA 5th Semester Political Science Regular Books |

   Unit 3 C

লোক প্ৰশাসনত নৈতিক আৰু মূল্যবোধ 

প্ৰশ্নাৱলী

A. Objective Type and Multiple Choice Questions: 

1. “সংগঠন বুলিলে সহযোগিতামূলক প্ৰচেষ্টাৰ এটা পৰিকল্পিত প্ৰণালীক বুজায়।” এই উক্তিটো আছিল— চাইমনৰ/ গৌছৰ/ লুথাৰ গুলিকৰ। 

2. “Coordination is the orderly arrangement of group effort to provide unity of action in the pursuit of a common purpose”. It was stated by J.D. Mooney/ L.D. White/ M P Follet. “Coordination is the orderly arrangement of group effort to provide unity of action in the pursuit of a common purpose. “এই কথাষাৰ কৈছিল— J. D. Mooney/ L.D. White/ M. P. Follet 

3. “Organisation is a system of co-oprerative activity of two or more persons. “This was the statement of— Bernard/ Dimock/ Mooney. 

“সংগঠন হৈছে দুজন বা ততোধিক মানুহৰ সহযোগিতামূলক কামৰ বাবে কৰা এটা ব্যৱস্থা।” এই উক্তিটো আছিল– বাৰ্ণাৰ্ডৰ/ ডিমকৰ/ মুনীৰ। 

4. “Organisation is the form of every human association for the attainment of a common purpose. “This definition of organisation is put forward by-Mooney/ Simon/ Mark. 

“প্রত্যেক মানৱ সংস্থাই উদ্দেশ্য সাধনৰ কাৰণে সৃষ্টি কৰা আছিলাক বুজায়”। —সংগঠনৰ এই সংজ্ঞাটো আগবঢ়াইছে — মুনীয়ে/ চাইমনে/ মার্কে। 

5. “The organisation is an aggregate of positions and incumbents.” This definition of organisation is put forward by — White/ Simon/ Mooney. 

“সংগঠন হৈছে কিছুমান পদ আৰু পদাধিকাৰীৰ সমষ্টি।” সংগঠনৰ এই সংজ্ঞাটো আগবঢ়াইছে — হোৱাইটে/ চাইমনে/ মুনীয়ে।

6. “Hierarchy consists in the universal application of the superior subordinate relationship through a number of levels of responsibility reaching from the top to the bottom of structure. “This definition of hierarchy is given by-White/ Mooney/ Davis. 

“উচ্চ পৰ্যায় আৰু নিম্ন পর্যায়ৰ মাজত বিভিন্ন গুৰুত্ব সম্পৰ্ক প্ৰতিষ্ঠা কৰাকে অধিক্ৰম বোলা হয়।” অধিক্ৰমৰ এই সংজ্ঞা দিছে— হোৱাইটে/ মুনীয়ে/ ডেভিছে। 

7. “The Concept of Unity of Command requires that every member of an organisation should report to one and only one leader”. This statement is made by-Pfiffner/ Fayol/ Simon. 

“আদেশৰ ঐক্যৰ ধাৰণা মতে কোনো সংগঠনৰ এজন বিষয়া মাত্র এজন জ্যেষ্ঠ বিষয়াৰ ওপৰতহে দায়বদ্ধ থাকিব।” এই উক্তিটো আছিল — পিফনাৰৰ / ফেয়লৰ/ চাইমনৰ। 

8. “Responsibility is one of the factors of centralization and decentralization. “This statement is true/ false. 

“দায়বদ্ধতা কেন্দ্ৰীকৰণ আৰু বিকেন্দ্ৰীকৰণৰ এটা উপাদান।” এই কথাষাৰ শুদ্ধ/ অশুদ্ধ। 

9. “Delegation means conferring of specified authority by a higher to a lower authority. “This definition of delegation is given by-Mooney/ Fayol/ Dimock. 

“ওপৰৰ কৰ্তৃপক্ষই তলৰ কৰ্তৃপক্ষক দিয়া দায়িত্বকে ভাৰাৰ্পণ বোলে।” ভাৰাপণৰ এই সংজ্ঞাটো দিছে— মুনীয়ে/ ফেয়লে/ ডিমকে। 

10. “এটা কামৰ বিভিন্ন অংশৰ মাজত যোগাযোগ স্থাপনেই হৈছে সমন্বয়।” সমন্বয়ৰ এই সংজ্ঞাটো দিছে— হাচনে/ পার্কাৰে/ ডিমকে।

11. ‘Administration’ has been derived from which Latin words? প্রশাসন (Administration) শব্দটো কোনকেইটা Latin শব্দৰ পৰা আহিছে? 

12. ‘ক’ৰাপ্‌চন’ শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে? (ক) Corrupt (ক’ৰাপ্ত) (খ) Corruptus (কঁ’ ৰাপটাচ) (গ) Corrupte (ক’ৰাপ্ত) (ঘ) Corruptuse (কঁ’ৰাপটাচ) 

13. Write a principal disadvantage of the principle of hierarchy . অধিক্রম নীতিৰ এটা মুখ্য অসুবিধা উল্লেখ কৰা।

Type: Nayan Moni Deka