নিৰপেক্ষ ন্যায় (Categorical Syllogism) | অধ্যায় ১ | Lesson 1 | B.A 1st and 2nd Sem Philosophy Question Answer Solution Assamese Medium | B.A 1st and 2nd Sem Philosophy Question and Answer Notes and Suggestion Assamese Medium | নিৰপেক্ষ ন্যায় (Categorical Syllogism) Question Answer |

অধ্যায় ১

নিৰপেক্ষ ন্যায় (Categorical Syllogism)

প্ৰশ্নমালা (Exercise)

1. ন্যায় কাক বোলে? নিৰপেক্ষ ন্যায়ৰ গঠন আৰু বৈশিষ্ট্যবোৰ কৰা।

What is Syllogism? Explain the structure and characteristics of categorical syllogism.

2. ন্যায় কি? ন্যায় অনুমানৰ নিয়ম আৰু দোষবোৰৰ বিষয়ে আলোচনা কৰা।

What is syllogism? Explain the Rules and Fallacies of syllogism.

3. ন্যায় অনুমানৰ সংস্থান আৰু বিন্যাস বুলিলে কি বুজা? ন্যায়ৰ বৈধ বিন্যাস সমূহ উল্লেখ কৰা।

What do you mean by Figure and Moods of syllogism? Mention the valid Moods of syllogism.

4. প্ৰথম সংস্থানৰ বিশেষ নিয়ম সমূহ কি কি? প্ৰথম সংস্থানৰ বিশেয় নিময় সমূহৰ প্ৰমাণ কৰা।

What are the special rules of the First figure? Prove the special rules of the first Figure.

5. ন্যায় অনুমানৰ দ্বিতীয় সংস্থানৰ বিশেষ নিয়ম সমূহ উল্লেখ কৰি প্ৰমাণ কৰা।

Mention the special rules of the second figure of syllogism and prove them.

6. ন্যায় অনুমানৰ তৃতীয় সংস্থান বিশেষ নিয়ম সমূহ উল্লেখ কৰি প্ৰমান কৰা।

Mention and prove the special rules of the Third figure of syllogism.

7. ন্যায় অনুমানৰ চতুৰ্থ সংস্থানৰ বিশেয় নিময় সমূহ উল্লেখ কৰি প্ৰমান কৰা।

Mention and prove the special rules of the Fourth figure of Syllogism.

8. চমুটোকা লিখা ঃ

Write short Note:

(a) ন্যায়ৰ গঠন।

Structure of Syllogism.

(b) ন্যায় অনুমানৰ বৈশিষ্ট্য।

Characteristics of Syllogism.

(c) ন্যায়ৰ সংস্থান।

Figures of Syllogism. 

(d) ন্যায়ৰ বিন্যাস।

Moods of Syllogism. 

(e) ন্যায় অনুমানত হেতুপদত ভূমিকা।

Role of Middle Term in Syllogism. 

9. চমুকৈ উত্তৰ দিয়া ঃ

Answer in Brief.

(a) বিশেষ সাধ্য আশ্ৰয় বাক্যৰ পৰা কোনো সিদ্ধান্ত পাব নোৱাৰি কিয়?

In Syllogism from particular Major premise and and Negative minor premise no conclusion can be drawn. Why?

(b) ন্যায় অনুমানৰ হেতুপদটো আশ্ৰবাক্য় দুটাত অন্ততঃ এবাৰ হলেও ব্যাপ্ত হ’ব লাগে কিয়?

Why does the middle Term of Syllogism should be distribute at least once in the premises?

(c) ন্যায় অনুমানত এটা আশ্ৰেয় বাক্য নঞৰ্থক বচন হলে সিদ্ধান্ত নঞৰ্থক বচন হ’ব লাগে কিয়?

In syllogism if one the premise is negative, conclusion must be negative, why?

(d) ন্যায় অনুমানত দুটা নঞৰ্থক আশ্ৰয় বাক্যৰ পৰা কোনো সিদ্ধান্ত পাব নোৱাৰি কিয়? 

In both the premises are negative, in syllogism can be drawn Explain why?

Type : Priyam Jyoti Patar