বৌদ্ধ দৰ্শন (Buddha Philosophy) | পঞ্চম অধ্যায় | Chapter 5 | BA 3rd – 4th Semester Philosophy (Major) Question and Answer Assamese Medium |

পঞ্চম অধ্য়ায়

 বৌদ্ধ দৰ্শন

(Buddha Philosophy)

প্ৰশ্নাৱলী  (Questions)

Short Questions : 

চমু প্রশ্ন :  

1. Buddhism is Vedic/non-Vedic system. 

বৌদ্ধ দর্শন বৈদিক / অবৈদিক দর্শন।  

উত্তৰঃ

2. Who is the founder of Buddhism? 

বৌদ্ধ দৰ্শনৰ প্ৰৱর্তক কোন? 

উত্তৰঃ

3. What does ‘Buddha’ mean? 

‘বুদ্ধ’ শব্দৰ অৰ্থ কি?

উত্তৰঃ

4.What does ‘Arya’ mean? 

আর্য মানে কি?

উত্তৰঃ

5. What is Tripitaka? 

‘ত্রিপিটক’ কি?

উত্তৰঃ

6. Name different schools of Buddhism. 

বৌদ্ধ দৰ্শনৰ বিভিন্ন সম্প্রদায়বোৰৰ নাম লিখা। 

উত্তৰঃ

7. What are the four noble truths of Buddha philosophy? 

বৌদ্ধ দৰ্শনৰ আৰ্য সত্য চাৰিটা কি কি?

উত্তৰঃ

8. There are two/ three/ four noble truths in Buddhism. 

বৌদ্ধ দৰ্শনত দুটা/ তিনিটা / চাৰিটা আৰ্য সত্য আছে।

উত্তৰঃ

9. What are the three Pitakas of Buddhism? 

বৌদ্ধ ধৰ্মৰ তিনি পিটক কি?

উত্তৰঃ

10. How many Margas or Pathas are there in the Fourth Noble Truths of Buddha? What are they? 

বৌদ্ধ দৰ্শনৰ চতুৰ্থ আৰ্য সত্যত কিমানটা মাৰ্গৰ কথা উল্লেখ কৰিছে? মার্গকেইটা কি কি?

উত্তৰঃ

11. Mention the different paths of the noble eight-fold paths. 

অষ্টাঙ্গিক মার্গৰ বিভিন্ন মাৰ্গবোৰৰ নাম লিখা।

উত্তৰঃ

12. Buddhism is divided into many philosophical schools. Is it true? 

বৌদ্ধ দর্শন বিভিন্ন শাখাত বিভিক্ত। এইটো সত্য নে?

উত্তৰঃ

13. What is the meaning of the word ‘Nirvana’?  

‘নিৰ্বাণ’ শব্দৰ অৰ্থ কি?

উত্তৰঃ

14. What are the two main division of Buddha Philosophy? 

বৌদ্ধ দৰ্শনৰ প্ৰধান ভাগ দুটা কি কি?

উত্তৰঃ

15. Is there any concept of God in Bauddha philosophy ? 

বৌদ্ধ দৰ্শনত ঈশ্বৰ অস্তিত্বত বিশ্বাস কৰা হয় নে?

উত্তৰঃ

16. ‘Nirvana’ is related with which Noble Truth of Buddhism? 

নিৰ্বাণ বৌদ্ধ দৰ্শনৰ কোন আৰ্যসত্যৰ লগত জড়িত?

উত্তৰঃ

17. What is the main religious book of Buddhism?  

বৌদ্ধৰ প্ৰধান ধর্মগ্রন্থখনৰ নাম কি?

উত্তৰঃ

18. What do you mean by ‘Dharma Chakra’? 

‘ধর্মচক্র’ মানে কি?  

উত্তৰঃ

19. What do you mean by ‘Bhava Chakra’? 

ভৱচক্র মানে কি?

উত্তৰঃ

20. What is the root cause of suffering according to Buddha?

 বুদ্ধৰ মতে দুখৰ প্ৰধান কাৰণ কি?

উত্তৰঃ

21. Does Buddha believe in the existence of soul? 

বুদ্ধই আত্মাৰ অস্তিত্বত বিশ্বাস কৰে নে?

উত্তৰঃ

22. What is panchaskandha? 

পঞ্চস্কন্ধ কি?

উত্তৰঃ

23. How many steps are suggested by Buddha for the cessation of suffering?  

বৌদ্ধ দৰ্শনৰ দুখ নিবৃত্তিৰ উপায় হিচাপে কেইটা পথ বা মাৰ্গৰ কথা উল্লেখ কৰিছে।

উত্তৰঃ

24. ‘Dependent origionation’ is related to which Noble Truth? 

‘প্রতীত্যসমুৎপাদতত্ত্ব’ কোনটো আৰ্য সত্যৰ লগত জড়িত?

উত্তৰঃ

25. How many Mārgas or Pathas are there in the Fourth Noble  Truths of Buddha?  

বৌদ্ধ দৰ্শনৰ চতুৰ্থ আৰ্য সত্যত কিমান মাৰ্গৰ কথা উল্লেখ কৰিছে?

উত্তৰঃ

Board Questions :  

ৰচনাধৰ্মী প্রশ্ন :  

1. What are the Four Noble Truths of Buddhism? Discuss. 

বৌদ্ধ দৰ্শনৰ চাৰি আৰ্য সত্য কি কি? আলোচনা কৰা।

উত্তৰঃ

2. What are the Four Noble Truth? Explain the second Noble  Truth of Buddha.  

চাৰি আৰ্য সত্যসমূহ কি কি? বৌদ্ধ দৰ্শনৰ দ্বিতীয় আৰ্যসত্যটো আলোচনা কৰা।

উত্তৰঃ

3. Discuss the Third Noble Truth of Buddha. 

বৌদ্ধ দৰ্শনৰ তৃতীয় আর্যসত্যটো আলোচনা কৰা।

উত্তৰঃ

4. Discuss the doctrine of the non-existence of the soul of Buddhism.  

বৌদ্ধ দৰ্শনৰ অনাত্মবাদ মতবাদটো বহলাই লিখা। 

উত্তৰঃ

5. Explain and examine the Buddhistic doctrine of Pratityasamutpada. 

বৌদ্ধ দৰ্শনৰ প্ৰতীত্যসমুৎপাদবাদ তত্ত্বটো ব্যাখ্যা কৰি পৰীক্ষা কৰা।  

উত্তৰঃ

6. What is Nirvana according to Buddha philosophy? Write down the difference between Upadhises Nirvana and Anupadhises Nirvana.  

বৌদ্ধ দৰ্শনৰ মতে নিৰ্বাণ বুলিলে কি বুজা? উপাধিশেষ নিৰ্বাণ আৰু অনুপাধিশেষ নিৰ্বাণৰ পাৰ্থক্য লিখা।

উত্তৰঃ

7. Critically discuss the concept of soul in Bauddha philosophy 

বৌদ্ধ দৰ্শনৰ আত্মাৰ ধাৰণাটো সমালোচনাসহ আলচ কৰা। 

উত্তৰঃ

8. Give an account of the ‘Four Noble Truths’ of Buddhism. 

বৌদ্ধ দৰ্শনৰ ‘চাৰি আৰ্য সত্য’ৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ

9. What is Nirvana? Critically discuss the Buddhist concept of Nirvana. 

‘নির্বাণ’ মানে কি? বৌদ্ধ মতে নির্বাণ সম্পর্কে সমালোচনাৰে সৈতে আলোচনা  কৰা।

উত্তৰঃ

10. Explain Upādhisesa Nirvana and Anupadhisesa Nirvana of Buddhism.  

বৌদ্ধ দর্শনত উপাধিশেষ নির্বাণ আৰু অনুপাধিশেষ নির্বাণ আলোচনা কৰা।

উত্তৰঃ

11. Give an account of the doctrine of momentariness in Buddha Philosophy.  

বৌদ্ধ দৰ্শনৰ ক্ষণিকবাদ মাতবাদটো লিখা।

উত্তৰঃ

12. What are the Astāngika Margas of Buddha Philosophy ?  

বৌদ্ধ দৰ্শনৰ অষ্টাঙ্গিক মার্গকেইটা কি কি? 

উত্তৰঃ

13. What is Nirvana? Does Nivana mean total extinction of existenece? 

নির্বান কাক বোলে? বৌদ্ধ দৰ্শনত নিৰ্বাণ বুলিলে সত্তাৰ সম্পূৰ্ণ বিলুপ্তি বুজায় নে?

উত্তৰঃ

Write Short Note On :  

চমু টোকা লিখা :  

1. ‘Astangikamarga’ of Buddhism. 

অষ্টাঙ্গিক মার্গ। 

উত্তৰঃ

2. Concept of Nirvana. 

নির্বাণৰ ধাৰণা। 

উত্তৰঃ

3. No-soul theory. 

নৈৰাত্ম্যবাদ বা অনাত্মবাদ।

উত্তৰঃ

4. The Second Noble Truth. 

দ্বিতীয় আর্যসত্য।

উত্তৰঃ

Question Type-Bhabesh Bora