ন্যায় দৰ্শন (Nyaya Philosophy) | ষষ্ঠ অধ্যায় | Chapter 6 | BA 3rd – 4th Semester Philosophy (Major) Question and Answer Assamese Medium |

ষষ্ঠ মান

ন্যায় দৰ্শন 

(Nyaya Philosophy)

প্ৰশ্নাৱলী

(Questions)

Short Questions:

1. Nyaya philosophy is Vaidika / Avaidika system of Indian Philosophy. 

ন্যায় দৰ্শন ভাৰতীয় দৰ্শনৰ এটি বৈদিক / অবৈদিক সম্প্রদায়।  

2. Who is the founder of Nyaya philosophy? 

ন্যায় দৰ্শনৰ প্ৰৱৰ্তক কোন?  

3. What is the main text of Nyaya philosophy? 

ন্যায় দৰ্শনৰ মূল গ্ৰন্থখন কি?  

4. ‘Prama’ means ——— knowledge. 

‘প্ৰমা’ৰ অৰ্থ –———– জ্ঞান।  

5. What are the Pramanas accepted by Nyaya? 

ন্যায় দৰ্শনত কোনবোৰ প্ৰমাণক স্বীকাৰ কৰা হয়?  

6. How many Pramānas are there in Nyaya Philosophy? 

ন্যায় দৰ্শনৰ মতে প্ৰমাণ কেই প্ৰকাৰৰ? 

7. Nyaya system is also called Tarkasastra. Is it true? 

ন্যায় দর্শনক ‘তর্কশাস্ত্ৰ’ বুলিও কোৱা হয়। এইটো সত্য নে?  

8. Naiyayka maintaina two stages of perception. What are those? 

ন্যায় দর্শনত প্রত্যক্ষৰ দুটা পৰ্যায় বা স্তৰ আছে। এইবোৰ কি কি?  

9. Nyaya philosophy is also known as Tarkasastra or the science of reasoning.                                                  (Write True or  False)  

ন্যায় দৰ্শনক ‘তৰ্কশাস্ত্ৰ’ বা ‘যুক্তিৰ বিজ্ঞান’ বুলিও জনা যায়। (শুদ্ধ নে অশুদ্ধ লিখা)  

10. Nyaya syllogism corresponds to one valid mood of the First Figure. What is it? 

ন্যায় অনুমান পাশ্চাত্য এটা সংস্থানৰ বৈধ মূৰ্তিৰ লগত সাদৃশ্যপূর্ণ। এই মূৰ্তিটো কি?  

11. What do you mean by Svarthanumana?  

স্বাৰ্থনুমান বুলিলে কি বুজা। 

12. What do you mean by Prarthanumana? 

পৰাৰ্থনুমান বুলিলে কি বুজা।  

13. What is Vyāpti? 

ব্যাপ্তি বুলিলে কি বুজা?  

14. How many kinds of Laukika perception are there in Nyaya school? 

ন্যায় দৰ্শনত লৌকিক প্রত্যক্ষ কেই প্ৰকাৰ আছে?  

15. How many kinds of Alaukika perception are there in Nyaya school? 

ন্যায় দৰ্শনত লৌকিক প্রত্যক্ষ কেই প্ৰকাৰ আছে?  

16. ‘Nyaya sutra’ of Gotama is divided into six Adhyayas. Is the stetement true? 

গোতমৰ ন্যায়সূত্ৰ ছয়টা অধ্যায়ত বিভক্ত। এই উক্তিটো সত্য নে?  

17. What is Paksadharmata? 

পক্ষধর্মতা মানে কি?  

18. What is Paramarsa? পৰামৰ্শ কাক বোলে? 

19. According to Nyaya system, inference is of two kinds. Name them. 

ন্যায় দৰ্শন অনুসাৰে অনুমান দুই প্ৰকাৰৰ। ইহঁতৰ নাম লিখা।  

20. What is Panchavayava? 

পঞ্চাবয়ব কাক বোলে?  

21. Explain the nature of Kevalavyatireki inference of the Nyaya system. 

কেৱল-ব্যতিৰেকী অনুমানৰ স্বৰূপ ব্যাখ্যা কৰা।  

22. ‘Ice looks cold, What type of perception it it?. 

‘বৰফ ঠাণ্ডা’। ই কোন প্ৰকাৰৰ প্ৰত্যক্ষ?  

23. What is kevalanvayi inference?  কেৱলান্বয়ী অনুমান কাক বোলে?  

24. What is Anvayi-vyatireki inference? অন্বয়ী-ব্যতিৰেকী অনুমান কাক বোলে?  

25. What is purvavat anumana?  

পূৰ্বৱৎ অনুমান কাক বোলে?  

26. What is sesavat anumana?  

শেষৱৎ অনুমান কাক বোলে?  

27. What is samanyatodrstanumana? 

সামান্যতোদৃষ্টানুমান কাক বোলে?  

28. What is laukika pratyaksa?  

লৌকিক প্রত্যক্ষ কাক বোলে ? 

29. What is alaukika pratyaksa? 

অলৌকিক প্রত্যক্ষ কাক বোলে?  

30. What is Jnanalaksana pratyaksa? 

জ্ঞানলক্ষণ প্রত্যক্ষ কাক বোলে?  

31. What is samanyalaksana pratyaksa? 

সামান্যলক্ষণ প্রত্যক্ষ কাক বোলে?  

32. What is pratyabhijna? 

প্রত্যভিজ্ঞা কাক বোলে?  

33. What is Yogaja pratyksa? 

যোগজ প্রত্যক্ষ কাক বোলে? 

34. How many yogaja pratyksa are there? 

যোগজ প্রত্যক্ষ কেই প্ৰকাৰৰ?  

35. What is nirvikalpa pratyaksa? 

নির্বিকল্প প্রত্যক্ষ কাক বোলে?  

36.  What is savikalpa praytaksa?  

সবিকল্প প্রত্যক্ষ কাক বোলে?  

37. State Gotama’s definition of pratyaksa? 

গোতমৰ প্ৰত্যক্ষৰ সংজ্ঞাটো উল্লেখ কৰা। 

38. How many terms are there in an inference, according to  Nyaya?  

ন্যায় মতে, এটা অনুমানত কেইটা পদ থাকে? 

39. How many avayavas are there in a parathanuman? 

পৰাৰ্থানুমানত কেই অবয়ব থাকে?  

Board Questions :

ৰচনাধৰ্মীী প্রশ্ন :  

1. What is perception or Pratyaksa in Nyāya philosophy? Explain its various kinds. 

ন্যায় দৰ্শনত প্রত্যক্ষ কাক বোলে? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহৰ বৰ্ণনা দিয়া।  

2. Define the concept of Nyaya perception. Explain the three modes of ordinary perception. 

ন্যায় প্রত্যক্ষৰ ধাৰণাৰ সংজ্ঞা দিয়া। লৌকিক প্ৰত্যক্ষৰ তিনিটা পৰ্যায় বা স্তৰ  ব্যাখ্যা কৰা।  

3. Discuss the concept of Anumana in Nyaya system. 

ন্যায় দৰ্শনৰ অনুমানৰ ধাৰণাটো আলোচনা কৰা।  

4. Give an illustration of the five membered syllogism of Nyaya logic. State the differences between the Nyaya and Western form of syllogism. 

ন্যায় তর্কশাস্ত্ৰৰ পঞ্চাবয়ব উদাহৰণ সহ ব্যাখ্যা কৰা। ন্যায় আৰু পাশ্চাত্য ন্যায়  অনুমানৰ মাজৰ পাৰ্থক্য নিৰূপণ কৰা। 

5. What are intuitive and immediate perception in Nyaya philosophy? Discuss briefly. 

ন্যায় দৰ্শনৰ যোগজ প্রত্যক্ষবোৰৰ কি কি? চমুকৈ আলোচনা কৰা। 

6. Explain Nayay theory of inference. Can it be compared with Aristotle’s syllogism? 

ন্যায় দৰ্শনৰ অনুমানতত্ত্বৰ ওপৰত লিখা। ইয়াক এৰিষ্ট’টলীয় ন্যায়ৰ লগত  তুলনা কৰিব পাৰি নে? 

7. What is Vyapti? Describe the Nyaya method of establishing Vyapti. 

ব্যাপ্তি কি? ন্যায় দৰ্শনৰ ব্যাপ্তি প্রতিষ্ঠা কৰা পদ্ধতিৰ বৰ্ণনা দিয়া।   

8. Write a note on Pūrvavat Anumāna Sesavat Anumana,  and Sāmānyatodrsta Anumāna.

পূর্ববৎ অনুমান, শেষবৎ অনুমান আৰু সামান্যতেদৃষ্ট অনুমানৰ ওপৰত এটি টোকা লিখা।  

9. Describe the two stages of perception according to Nyaya philosophy. 

ন্যায় দৰ্শনৰ প্ৰত্যক্ষৰ স্তৰ বা পৰ্যায়ৰ বিষয়ে বর্ণনা কৰা। 

10. Explain briefly, citing one example of the Nyaya concept of  Pratyabhinna perception. 

এটা উদাহৰণ উল্লেখ কৰি ন্যায় প্রত্যক্ষৰ প্ৰত্যভিজ্ঞাৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।  

11. What is inference? Explain the different classifications of inference. 

অনুমান কাক বোলে? অনুমানৰ বিভিন্ন শ্রেণীবিভাগ ব্যাখ্যা কৰা।  

12. Distinguish between Laukika and Alaukika perception. 

লৌকিক আৰু অলৌকিক প্রত্যক্ষৰ পাৰ্থক্য নিৰূপণ কৰা।  

13. Distinguish between Svarthanumana and Pararthanumana.  স্বার্থানুমান আৰু পৰাৰ্থানুমানৰ মাজৰ পাৰ্থক্য উলিওৱা । 

14. Distinguish between Nirvikalpa and Savikalpa pratyaksa. নির্বিকল্প আৰু সবিকল্প প্রত্যজ্ঞৰ পাৰ্থক্য নিৰূপণ কৰা।  

15. Write a short note on Paramarsha. পৰামৰ্শৰ ওপৰত এটি টোকা লিখা।  

Question Type-Bhabesh Bora.