যোগ দৰ্শন (Yoga Philosophy) | নৱম অধ্যায় | Chapter 9 | BA 3rd – 4th Semester Philosophy (Major) Question and Answer Assamese Medium |

 নৱম অধ্যায়

যোগ দৰ্শন 

(Yoga Philosophy)

প্ৰশ্নাৱলী

(Questions)

Short question:

চমু প্ৰশ্নঃ

1. Who was the founder of yoga philosophy ? 

যোগ দৰ্শনৰ প্ৰতিষ্ঠাতা কোন?  

2. What is the main book of yoga pholosophy ? 

যোগ দৰ্শনৰ মূল গ্রন্থ কি?  

3. There are five / four / three vummi in chitta according to yoga philosophy.  

যোগ দৰ্শন অনুসৰি চিত্তত পাঁচটা / চাৰিটা / তিনিটা ভূমি আছে

4.There are three / four steps of inner means (Antaranga Sadhana)  

অন্তৰংগ সাধনৰ অন্তৰ্গত মাৰ্গ তিনিটা / চাৰিটা।  

5. There are five / six steps of outer means (Boriranga Sadhana)  

বহিৰংগ সাধনাৰ অন্তৰ্গত মাৰ্গ পাঁচটা / ছয়টা।  

6. There are four / five / three parts in pranayanam 

প্ৰাণায়ামত চাৰিটা / পাঁচটা / তিনিটা অংগ আছে।  

7. How many principles are there in yoma? 

যমত কেইটা নীতি থাকে? 

8. What is the literal meaning of the word ‘Yoga’? 

‘যোগ’ শব্দৰ আক্ষৰিক অর্থ কি?  

9. What do you consider as the first work of the Yoga philosophy?  

যোগ দৰ্শনৰ প্ৰথম গ্ৰন্থখন তুমি কি বুলি ভবা?

10. What do you consider as the most important element in the Yoga psychology? 

যোগ মনস্তত্ত্বৰ সবাতোকৈ গুৰুত্বপূৰ্ণ উপাদানটো তুমি কি বুলি ভবা?  

11. Meditation of God helps the concentration of mind / heart /  soul. (Choose the correct option) 

ঐশ্বৰিক ধ্যানত মন / হৃদয় / আত্মাৰ মনোযোগ বৃদ্ধি হয়। (শুদ্ধ উত্তৰটো বাছি উলিওৱা)  

12. What are the two types of Samadhi in Yoga philosophy? 

যোগ দৰ্শনৰ সমাধি দুটা কি কি?  

13. Patanjali Yoga is also known as (fill in the blank) 

পতঞ্জলি যোগক – বুলিও কোৱা হয়। (খালী ঠাই পূৰণ কৰা)  

14. The Yoga Sutra is divided into 2/4/6 parts. (Choose the correct one) 

যোগসূত্ৰক দুই / চাৰি / ছয়টা পাদ বা ভাগত ভাগ কৰা হয়। (শুদ্ধ উত্তৰটো বাছি লোৱা)  

15. Citta is a combination of three elements. What are those? 

চিত্ত তিনিটা উপাদানেৰে গঠিত। এইবোৰ কি কি?  

16. Who is the author of ‘Yoga Sūtra’?  

‘যোগ সূত্র’ৰ ৰচক কোন? 

17. What is called Cittavrtti in Yoga philosophy ? 

যোগ দৰ্শনত চিত্তবৃত্তি কাক বোলে?  

18. What is Cittabhumi? 

চিত্তভূমি কাক বোলে?  

Board Questions :  

ৰচনাধৰ্মী প্রশ্ন :  

1. Explain Yoga psychology.  

যোগ মনোবিজ্ঞান বা মনস্তত্বটো ব্যাখ্যা কৰা। 

2. Give a brief account of the ethical doctrine of yoga system. 

যোগদৰ্শনৰ নীতিশাস্ত্ৰ ব্যাখ্যা কৰা।  

3. Give a brief account of eight fold path for chittavriti nirodh in yoga philosophy.  

যোগ দৰ্শনৰ চিত্তবৃত্তি নিৰোধৰ অষ্টাংগিক মাৰ্গৰ বিষয়ে আলোচনা কৰা।  

4. Describe the modifications of Chitta.   

চিত্তবৃত্তিৰ বিষয়ে বর্ণনা কৰা।  

5. Briefly explain Astanga Yoga or Eightfold Path of Yoga philosophy.  

অষ্টাংগযোগৰ বিষয়ে আলোচনা কৰা।  

6. What is oga? Discuss the concept of Yoga psychology. 

যোগ কি? যোগ মনস্তত্ত্ব ব্যাখ্যা কৰা।  

7. Write a short note on Cittabhumi in Yoga philosophy. 

যোগ দৰ্শনৰ চিত্তভূমি সম্পর্কে এটিা টোকা লিখা।  

8. What are the five levels of Cittabhumi in Yoga psychology? 

চিত্তভূমিৰ পাঁচটা স্তৰ বা পৰ্যায় কি কি?  

9. What is Cittavrtti? Explain Cittavritti Nirodha of Yoga Philosophy.  

চিত্তবৃত্তি কাক বোলে? যোগ দৰ্শনৰ চিত্তবৃত্তিৰ নিৰোধ সম্পৰ্কে আলচ কৰা।  

10. Mention the value of Yoga as found in Indian philosophy. 

ভাৰতীয় দৰ্শনত যোগৰ মূল্য নিৰূপণ কৰা।

Question Type-Bhabesh Bora.