ৰাষ্ট্ৰদৰ্শন আৰু সমাজ দৰ্শন | B.A Guahati University Philosophy 4th Semester (Major) | অধ্যায়-৪ | Lesson 4 | দুৰ্নীতি, হিংসা, গণহত্যা, লিংগ-বৈষম্য আৰু জাতি-বাষম্য (Corruption Violence, Genocide, Gender & Caste Descrimination) books Question and Answer

দুৰ্নীতি, হিংসা, গণহত্যা, লিংগ-বৈষম্য আৰু জাতি-বাষম্য

অধ্য়ায়-৪

প্ৰশ্নাৱলী 

Short Questions: 

চমু প্রশ্ন: 

1. What is the literal meaning of ‘Humanism? ‘Humanism’ বা মানৱতাবাদৰ আক্ষৰিক অর্থ কি? 

2. What was the founder of Humanism? 

মানৱতাবাদৰ জনক কোন? 

3. What is the author of ‘Humanities? ‘Humanities’ গ্ৰন্থখনৰ লেখক কোন? 

4. What is the author of ‘The Philosophy of Humanism’?’ The Philosophy of Humanism’ গ্ৰন্থখনৰ লেখক কোন? 

5. Who is the propounder of redical humanism? 

ৰেডিকাল মানৱতাবাদৰ প্ৰৱৰ্তক কোন?  

6. What is the author of ‘ New Humanism ‘? ‘New Humanism’ গ্ৰন্থখনৰ লেখক কোন? 

7. ‘Secularism is the anti-thesis of Theocracy. ‘Is it true?

‘ধৰ্মনিৰপেক্ষতা হ’ল ধৰ্মতত্ত্বৰ বিৰোধী। ‘এইটো সত্য নে? 

8. Who for the first time used the term ‘secularism’? ‘secularism’

শব্দটো সর্বপ্রথম কোনে ব্যৱহাৰ কৰিছে? 

9. What is the literal meaning of ‘secularism’? 

‘ধৰ্মনিৰপেক্ষতা’ৰ আক্ষৰিক অর্থ কি? 

10. What is actual meaning of ‘ secularism’? 

‘ধৰ্মনিৰপেক্ষতা’ৰ প্ৰকৃতি অর্থ কি? 

11. ‘Secularism actually means the anbsence of connection with religion ‘ Is it true? 

ধৰ্মনিৰপেক্ষতা হ’ল ‘ধৰ্মৰ লগত সম্পর্কহীনতা’। এইটো সত্য নে? 

12. What do you mean by ‘sarvadharma sambhav’ সর্বধর্ম সম্ভাব’ বুলিলে কি বুজা? 

13. What is multiculturalism? 

বহুসংস্কৃতিবাদ কাক বোলে? 

14. Name two multiculturist philosophers. 

দুগৰাকী বহুসংস্কৃতিবাদী দার্শনিকৰ নাম উল্লেখ কৰা। 

15. What are the three rights of minorities? 

সংখ্যালঘুসকলৰ তিনিটা অধিকাৰ কি কি? 

16. What are the three rights of minorities, according to Kymlicka?

কিমলিকাৰ মতে সংখ্যালঘুসকলৰ তিনিটা অধিকাৰ কি কি? 

17. What do you mean by polyethnic right? 

বহুগোষ্ঠীয় অধিকাৰ বুলিলে কি বুজা? 

18. What do you mean by self-government right? 

স্বায়ত্ব-শাসনৰ অধিকাৰ বুলিলে কি বুজা? 

19. What do you mean by special representative right? 

বিশেষ প্রতিনিধিত্বৰ অধিকাৰ বুলিলে কি বুজা? 

20. State any two elements or aspects of multiculturalism.

বহুসংস্কৃতিবাদৰ দুটা উপাদান বা দিশ উল্লেখ কৰা। 

21. Who is the author of ‘ Multicultural Citizenship ‘? ‘Multicultural Citizenship’ গ্ৰন্থখনৰ লেখক কোন? 

Broad Questions:

1. What is humanism? Explain the salient features of humanism.

মানৱতাবাদ কাক বোলে? মানৱতাবাদৰ প্রধান বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা। 

2. What is humanism. Explain various froms of humanism.

মানৱতাবাদ কাক বোলে? মানৱতাবাদৰ বিভিন্ন ৰূপসমূহ ব্যাখ্যা কৰা।

3. What do you mean by humanism? What are its various forms? Explain. 

মানৱতাবাদ বুলিলে কি বুজা? মানৱতাবাদৰ বিভিন্ন ৰূপসমূহ কি কি? ব্যাখ্যা কৰা। 

4. What do you mean by ‘secularism’? Explain the nature and meaning of secularism. 

ধৰ্মনিৰপেক্ষতা বুলিলে কি বুজা? ধৰ্মনিৰপেক্ষতাৰ স্বৰূপ আৰু অৰ্থ ব্যাখ্যা কৰা। 

5. Explain the nature of secular state .

ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ স্বৰূপ বা প্রকৃতি ব্যাখ্যা কৰা। 

6. What is secular state? Explain the characteristics of secular state.

ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ কাক বোলে? ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা। 

7. Is India a secular state? Explain. 

ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হয় নে? ব্যাখ্যা কৰা। 

8. What is secularism? Expalin the characteristics of Indian secularism. 

ধৰ্মনিৰপেক্ষতা কাক কয়? ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা। 

9. What are the obstacles of secularism in India? 

ভাৰতবৰ্ষত ধৰ্মনিৰপেক্ষতাৰ প্ৰধান বাধা বা অন্তৰায়সমূহ কি কি? 

10. What is mulculturalism? Explain the nature of multiculturalism.

বহুসংস্কৃতিবাদ কাক বোলে? বহুসংস্কৃতিবাদৰ স্বৰূপ ব্যাখ্যা কৰা। 

11. What is mulculturalism? Explain the different elements or aspects multiculturalism. 

বহু

14. What are the conditioসংস্কৃতিবাদ কাক বোলে? বহুসংস্কৃতিবাদৰ বিভিন্ন উপাদান বা দিশসমূহ ব্যাখ্যা কৰা। 

12. What are the three rights advocated by the multiculturalist? Explain.

বহুসংস্কৃতিবাদীসকলে পোষকতা কৰা সংখ্যালঘুসকলৰ তিনিটা অধিকাৰ কি কি? ব্যাখ্যা কৰা ৷ 

13. What is multiculturalism? Is India a multiculturalist country? Explain.  

বহুসংস্কৃতিবাদ কাক বোলে? ভাৰতবৰ্ষ এখন বহুসংস্কৃতিবাদী দেশ হয় নে? ব্যাখ্যা কৰা। ns of multiculturalism? 

বহুসংস্কৃতিবাদৰ চৰ্তসমূহ কি কি?

Type: Nayan Moni Deka