সংবহন তন্ত্ৰ কাক বোলে ?

এটি শুনুনসংবহন তন্ত্ৰ, হৈছে একপ্ৰকাৰৰ অংগ তন্ত্ৰ। এই তন্ত্ৰৰ প্ৰধান কাম হৈছে তেজৰ সহায়ত শৰীৰৰ বিভিন্ন দেহ কোষৰ মাজত পুষ্টি দ্ৰব্য (যেনে এমিন’ এছিড আৰু শৰ্কৰা), অক্সিজেন, কাৰ্বন ডাই-অক্সাইড, হৰমন, আৰু ৰক্ত কোষৰ আদান-প্ৰদান কৰে তাকে সংবহন তন্ত্ৰ বোলে ।