১। কাম্য়াখ্য় মন্দিৰ অতীত নাম কি আছিল ।

উওৰ = কাম্য়াখ্য় মন্দিৰ অতীত নাম হল গুহাদেৱী আৰ যোনীদেৱী ।

২। কোঁচ ৰজা নৰনাৰায়ণতে তেঁও ভ্ৰতৃ নাম কি আছিল।

উওৰ = কোঁচ ৰজা নৰনাৰায়ণতে তেঁও নাম হল চিলাৰায়ে আছিল ।

৩। বিশ্বনাথত থকা কীতিচিহ্ন কি কি আছিল ।

উওৰ = বিশ্বনাথত থকা কীতিচিহ্ন হল বিশ্বনাথত মন্দিৰ গুপ্ত , কাশী ,চণ্ডী মন্দিৰ আদি সকলো আছিল ।

৪।ৰাজত্বৰ গৌৰব কীৰ্ওি কোন আছিল ।

উওৰ = ৰাজত্বৰ গৌৰব কীৰ্ওি মদন কামদেৱ আছিল ।

৫। Dalton মতে কামদেৱ পাহাৰত কিমানটা আছিল আৰ প্ৰধান মঠটো নামত কি আছিল ।

উওৰ = Dalton মতে কামদেৱ পাহাৰত ১৮ টা মঠ আছিল আৰ প্ৰধান মঠটো নামত হল শিৱৰ আছিল।

৬। নগাঁও অঞ্চলত কিমানটা খৃঃত আছিল ।

উওৰ = নগাঁও অঞ্চলত ৬০০ খৃঃত আছিল।

৭। নগাঁও অঞ্চলত কিমান শতিকাৰ ভিতৰত মন্দিৰ অট্ৰালিকা পৰিপূণ হৈছিল ।

উওৰ = নগাঁও অঞ্চলত ১২০০ শতিকাৰ ভিতৰত মন্দিৰ অট্ৰালিকাত পৰিপূণ হৈছিল ।

৮। নগাঁও অঞ্চলত কিহৰ বাবে অন্তভুক্ত আছিল ।

উওৰ = নগাঁও অঞ্চলত গোসাঁইজুৰি শিৱ আৰ বিষুমঠৰ অন্তভুক্ত আছিল।

৯। নগাঁও অঞ্চলত কিহৰ বাবে প্ৰসিদ্ধ ।

উওৰ = নগাঁও অঞ্চলত মানৱ আৰ জন্ত ভাৰ্স্কযৰ বাবে প্ৰসিদ্ধ।

১০। নগাঁও অঞ্চলত থকা কেইখনমান ঠাই নাম লিখা ।

উওৰ = নগাঁও অঞ্চলত থকা ঠাই নাম হল আকাশীগঈা, গছতল ,সীতাজখলা,বসুন্ধৰী, যোগীজান,আমতল , বৰগঈা,মহামায়াথান আদি ।