সাধাৰনতে মানুহৰ তেজৰ গ্ৰুপ হ’ল চাৰিটা। কোন গ্ৰুপৰ মানুহৰ সকলো গ্ৰুপৰ কৰিব পাৰে?

উত্তৰঃ মানহৰ তেজৰ গ্ৰুপ হ’ল – এ, বি এবি আৰু ও। এবি গ্ৰুপৰ তেজৰ মানুহে সকলো গ্ৰুপৰ তেজ গ্ৰহণ কৰিব পাৰে।