শ্ৰীহৰিকোটা কি, ক,ত আৰু কিয় বিখ্য়াত?

ভাৰতৰ পূব উপকূলত মাদ্ৰাজৰ পৰা ১০০ কিঃ মিঃ দূৰৈত অন্ধ্ৰপ্ৰদেশৰ অন্তৰ্গত ১৩,০০০ হেক্টৰ ক্ষেত্ৰফলৰ এটা দ্বীপ ভাৰতৰ ৰকেট উৎক্ষেপণ কেন্দ্ৰৰ বাবে বিখ্য়াত।