সাধাৰণতে মানুহৰ তেজৰ গ্রুপ হ’ল চাৰিটা । কোন গ্রুপৰ মানুহে সকলে গ্রুপৰ তেজ গ্ৰহণ কৰিব পাৰে ?

মানুহৰ তেজৰ গ্রুপ হ’ল— এ, বি, এ-বি আৰু ও ।এ -বি গ্রুপৰ তেজৰ মানুহে সকলো গ্রুপৰ তেজ গ্রহণ কৰিব পাৰে ।