সাহিত্য অকাডেমী বঁটা লাভ কৰা ককাদেউতাৰ হাড় পুথিখনৰ লেখক কোন?

সাহিত্য অকাডেমী বঁটা লাভ কৰা ককাদেউতাৰ হাড় পুথিখনৰ লেখক জনৰ নাম হল নৱকান্ত বৰুৱা ।