Class 12 Geography Answer Assamese Medium | HS 2nd Year Geography Solution Assam | Question & Answer | Chapter 5 | অধ্যায় ৫ | ভূমি সম্পদ আৰু কৃষিকাৰ্য | প্ৰশ্ন উত্তৰ |

Chapter 5

ভূমি সম্পদ আৰু কৃষিকাৰ্য

১। অনুশীলনী

(i) তলৰ কোনটো ভূমি ব্যৱহাৰৰ শ্ৰেণীভুক্ত নহয়?

(ক) পতিত ভূমি                 (গ) প্ৰকৃত শস্য সিঁচা ভূমি

(খ) প্ৰান্তীয় ভূমি                 (ঘ) কৃষি সম্ভৱ পতিত ভূমি

উত্তৰঃ 

(ii) যোৱা চল্লিশ বছৰত বনভূমিৰ অংশ বৃদ্ধি হোৱাৰ কাৰণটো কি কোনটো —

(খ) বনানিকৰণৰ বিস্ততৃত কাৰ্যসূচী ৰূপায়ন (খ) বনানী বৃদ্ধিৰ বাবে চৰকাৰে অধিসূচনা জাৰি

(গ) সামূহিক বন ভূমিৰ বৃদ্ধি            (ঘ) বনাঞ্চল পৰিচালনাৰ বাবে মানুহৰ সহযোগ

উত্তৰঃ 

(iii) জলসিঞ্চিত ভূমিৰ অৱনমনৰ ধৰণ কোনটো?

 (ক) লোৰ বা গালি খনন            (গ) মৃত্তিকাৰ লৱণীকৰণ

(খ) বায়ৱীয় খনন                       (ঘ) স্খলিত মৃত্তিকা দ ঠাইত জমা হোৱা

উত্তৰঃ

(iv) শুষ্ক কৃষিভূমিত  তলৰ কোন শস্য উৎপন্ন কৰা নহয় –

(ক) ৰাগি                (গ) বাদাম

(খ) জোৱাৰ            (ঘ) কুঁহিয়াৰ

উত্তৰঃ 

(v) তলত দিয়া দেশসমূহৰ কোনটো গোটত HYV বা অধিক উৎপাদনক্ষম ঘেঁহু আৰু ধান বিকশিত হৈছিল?

(ক) জাপান আৰু অষ্ট্ৰেলিয়া             (গ) মেক্সিকো আৰু ফিলিপাইন

(খ) আমেৰিকা য়ুক্তৰাষ্ট্ৰ আৰু জাপান    (ঘ) মেক্সিকো আৰু ছিংগাপুৰ

উত্তৰঃ 

২। তলত দিয়া প্ৰশ্নবোৰ ৩০টামান শব্দৰ ভিতৰত উত্তৰ লিখা।

(i) পতিত ভূমি আৰু কৃষিযোগ্য পতিত ভূমিৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ

(ii) প্ৰকৃত শস্য় ভূমি আৰু মুঠ কৃষিভূমিৰ মাজত পাৰ্থক্য়?

উত্তৰঃ 

(iii) ভাৰতৰ দৰে দেশত বৰ্ধিত কৃষি গাঢ়তাৰ প্ৰয়োজনীয়তা কি?

উত্তৰঃ

৩। তলত দিয়া প্ৰশ্নবোৰ ১৫০টামান শব্দত উত্তৰ দিয়া।

(i) ভূমি-সম্পদৰ লগত জড়িত বিভিন্ন পৰিবেশিক সমস্য়াবোৰ কি?

উত্তৰঃ

(ii) স্বাধীনোত্তৰকালত কৃষিৰ উন্নয়নৰ কাৰণে ভাৰত চৰকাৰে লোৱা  আঁচনিবোৰ কি কি উল্লেখ কৰা।

উত্তৰঃ