Class 12 Geography Answer Assamese Medium | HS 2nd Year Geography Solution Assam | Question & Answer | Chapter 10 | অধ্যায় ১০ | পৰিবহন যোগাযোগ | প্ৰশ্ন উত্তৰ |

Chapter 10

পৰিবহন যোগাযোগ

অনুশীলনীঃ

1.নিম্নলিখিত বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বিচাৰি লোৱা

(i) ভাৰতীয় ৰে’লপথ ব্যৱস্থাক কেইটা পৰিণ্ডিত বিভক্ত কৰা হৈছে?

(a) ৯        (c) ১৬

(b) ১২       (d)১৪

উত্তৰঃ

(ii) ভাৰতৰ নিম্নলিখিত ঘাইপথবোৰৰ ভিতৰত কোনটো আটাইতকৈ বেছি দৈৰ্য্য থকা ঘাইপথ?

(a) N.H.-1        (c) N.H.-7

(b) N.H.-6        (d) N.H.-8

উত্তৰঃ

(iii) কোনখন নদীত আৰু কোন দুখন ঠাইৰ মাজত ৰাষ্ট্ৰীয় জলপথ No. 1 আছে?

(a) ব্ৰহ্মপুত্ৰ, শদিয়া-ধুবুৰী

(b) গংগা, হালদিয়া-এলাহাবাদ

(c) পশ্চিম উপকূলীয় খাল, কোট্টাপুৰমৰ পৰা কোল্লামলৈ।

উত্তৰঃ

(iv) নিম্নলিখিত বছৰবোৰৰ মাজত কোনটো বছৰত প্ৰথম ৰেডিঅ’ অনাতাঁৰ প্ৰসাৰণ কাৰ্য হৈছিল?

(a) ১৯১১        (b) ১৯২৭

(c) ১৯৩৬        (d) ১৯২৩

উত্তৰঃ

২. ৩০টা মান শব্দৰে নিম্নলিখিত প্ৰশ্নকেইটাৰ উত্তৰ লিখা।

(i) পৰিবহনে কেনেধৰণৰ কাৰ্য কৰে? পৰিবহণৰ তিনিটা মুখ্য ব্যৱস্থাৰ বিষয়ে লিখা।

উত্তৰঃ

(ii) পাইপলাইনৰ পৰিবহণৰ সুবিধা আৰু   আসোঁৱাহবোৰৰ বিষয়ে লিখা।

উত্তৰঃ

(iii) যোগাযোগ বুলিলে তোমালোকে কি বুজা?

উত্তৰঃ

(iv) Air India-ৰ অৰিহণা সম্পৰ্কে আলোচনা কৰা আৰু ভাৰতৰ বিমান পৰিবহণত, ভাৰতীয় অৰিহণাৰ বিষয়ে লিখা।

উত্তৰঃ

3. ১৫০টা মান শব্দৰ প্ৰয়োগেৰে নিম্নলিখিত প্ৰশ্নকেইটাৰ উত্তৰ লিখা।

(i) ভাৰতৰ পৰিবহণ কাৰ্যৰ মুখ্য ব্যৱস্থাটো কি? এই ব্যৱস্থাৰ উন্নয়নত প্ৰভাৱ বিস্তাৰ কৰা কাৰকবোৰৰ বিষয়ে লিখা।

উত্তৰঃ

(ii) ভাৰতত ৰে’লপথৰ উন্নয়নৰ বিতং বিৱৰণ এটা দিয়া আৰু সেইবোৰৰ প্ৰয়োজনীয়তাৰ কাৰণবোৰ আলোকপাত কৰা।

উত্তৰঃ

(iii) ভাৰতত অৰ্থনৈতিক বিকাশত মটৰ পথে কেনে প্ৰভাৱ পেলায় আলোচনা কৰা।

উত্তৰঃ

প্ৰকল্প (Project)

ভাৰতীয় ৰে’লপথে যাত্ৰীসূহক  যোগান ধৰি থকা সুবিধাবোৰ আলোচনা কৰা।