ৰেডিঅ টেলিগ্ৰাফ কি ?

তাঁৰৰ সহায় নোহোৱাকৈ মাথো বিদ্যুত প্ৰবাহৰ সহায়ত বাতৰি আদান প্ৰদান কৰাৰ এক বিশেষ পদ্ধতি ।