ভাৰতৰ কেতিয়াৰ পৰা আন্তৰ্জাতিক টেলিফোন সেৱাৰ প্ৰচলন কৰা হৈছিল ?

উত্তৰঃ ভাৰতৰ ১৯৮৭ চনৰ পৰা আন্তৰ্জাতিক টেলিফোন সেৱাৰ প্ৰচলন কৰা হৈছিল ।