কৰ্কট (Cancer) ৰোগ কি?

উত্তৰঃ আমাৰ দেহৰ কোনো অংশৰ কোষ অতিৰিক্ত বিচাপে বাঢ়ি যায়। বৰ্তৰমানলৈকে ইয়াৰ কোনো চিকিৎসা নাই। কিন্তু ৰেডিঅ’থেৰাপি (Radiotherapy) কেমোথৰাপি (Chemotherapy)ৰ জৰিয়তে এই বেমাৰৰ কিছু চিকিৎসা চলাই উপশম ঘটাব পাৰি।