কোন ১৬০৯ চনত আহোম ৰাজত্বত পাইক প্ৰথাৰ পুনৰ প্ৰৱৰ্তন কৰে?

উত্তৰঃ মোমাই তামুলী বৰবৰুৱাই ১৬০৯ চনত আহোম ৰাজত্বত পাইক প্ৰথাৰ পুনৰ প্ৰৱৰ্তন কৰে।