কোনখন চুক্তিৰ পিছত ১৬৬৩ চনত মিৰজুমলা ঢাকালৈ উভতি যায়?

উত্তৰঃ ঘিলাধাৰী ঘাটৰ চুক্তিৰ পিছত ১৬৬৩ চনত মিৰজুমলা ঢাকালৈ উভতি যায়।