কিমান চনত আহোম মানাহ নদী পৰ্যন্ত নিজৰ নিয়ন্ত্ৰণ বৃদ্ধি কৰে?

উত্তৰঃ ১৬৬৭ চনত আহোম মানাহ নদী পৰ্যন্ত নিজৰ নিয়ন্ত্ৰণ বৃদ্ধি কৰে।