অসমত সৰ্বপ্ৰথমে কেতিয়া যাত্ৰীবাহী মটৰগাড়ী চলিছিল ?

উত্তৰঃ অসমত সৰ্বপ্ৰথমে ১৯০৬ চনত যাত্ৰীবাহী মটৰগাড়ী চলিছিল ।