আসাম বিলাসিনী সংবাদ পত্ৰৰ প্ৰকাশ কিমান চনত হৈছিল?

উত্তৰঃ আসাম বিলাসিনী সংবাদ পত্ৰৰ প্ৰকাশ ১৮৭১ চনত হৈছিল।