অসমৰ সৰ্বপ্ৰথম ছপাশাল ক’ত প্ৰতিষ্ঠা কৰা হৈছিল?

অসমৰ সৰ্বপ্ৰথম ছপাশাল মিছন প্ৰেছ, শিৱসাগৰত প্ৰতিষ্ঠা কৰা হৈছিল।