ভোলাৰ ভ্ৰমণ | AJB Class 6 Assamese Chapter 4 Short Question and Answer Assamese Medium |

১। এই কবিতাটোৰ কবিজনৰ নাম কি? 

ক) ভবেন কুমাৰ বৰা

খ) লক্ষ্মীনাথ বেজবৰুৱা

গ) নৱকান্ত বৰুৱা

উত্তৰঃ ক) ভবেন কুমাৰ বৰা।

২। আদ বয়সত ভোলাৰ কি হ’ল?

ক) ভৰি ভাঙিল

খ) দাঁত সৰিল

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) দাঁত সৰিল।

৩। ভোলাই মনত দুখ পাই কাক দূষিলে?

ক) বাছ বোৰক

খ) ৰেল বোৰক

গ) নিজৰ কপাল খনক

উত্তৰঃ গ) নিজৰ কপাল খনক।

৪। এই কবিতাটোৰ কবিজনৰ কিমান চনত জন্ম হৈছিল?

ক) ১৯৬০ চনত

খ) ১৮৭৫ চনত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ১৯৬০ চনত।

৫। তেখেতৰ কিমান তাৰিখে জন্ম হৈছিল?

ক) ২ জানুৱাৰীত

খ) ৩১ জানুৱাৰীত

গ) ৫ জানুৱাৰীত

উত্তৰঃ খ) ৩১ জানুৱাৰীত।

৬। আহৰি শব্দৰ অৰ্থ কি?

ক) আমনি

খ) ভাবি

গ) আজৰি

উত্তৰঃ গ) আজৰি।

৭। পাঙি শব্দৰ অৰ্থ কি?

ক) নিশ্চিন্ত

খ) ভাবি

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ভাবি।

৮। ক্ৰিয়াৰ সময়কে কি বোলে?

ক) কাল

খ) সকৰ্মক ক্ৰিয়া

গ) অকৰ্মক ক্ৰিয়া

উত্তৰঃ ক) কাল।

৯। কোনো এটা কাম বৰ্তমান সময়ত হোৱা বুজালে,তাক কি বোলে?

ক) অতীত কাল

খ) ভৱিষ্যত কাল

গ) বৰ্তমান কাল

উত্তৰঃগ) বৰ্তমান কাল।

১০। কোনো এটা কাম বৰ্তমান সময়ত চলি থকা বুজালে,তাক কি বোলে?

ক) স্বৰূপ বৰ্তমান

খ) বৰ্তমান

গ) নিত্য বৰ্তমান

উত্তৰঃ ক) স্বৰূপ বৰ্তমান।

১১। সদায় কোনো এটা কাৰ্য হোৱা  বুজালে,তাক কি বোলে?

ক) স্বৰূপ বৰ্তমান

খ) নিত্য বৰ্তমান

গ) বৰ্তমান

উত্তৰঃ খ) নিত্য বৰ্তমান।

১২। অতীতত কোনো কাৰ্য সম্পাদন হোৱা বুজালে,তাক কি বোলে?

ক) ভূত কাল

খ) বৰ্তমান কাল

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ভূত কাল।

১৩। অতীতত কোনো এটা কাম হৈছিল বুজালে,তাক কি বোলে?

ক) সম্ভাব্য ভূত

খ) অপূৰ্ণ ভূত

গ) ভূত কাল

উত্তৰঃ খ) অপূৰ্ণ ভূত।

১৪। অতীতত কোনো এটা কাম হোৱাৰ সম্ভাৱনা আছিল।কিন্তু কামটো হোৱাৰ আগতেই আন এটা কাম সম্পন্ন হ’ল,এনে অৰ্থ প্ৰকাশ কৰিলে তাক কি বোলে?

ক) সম্ভাব্য ভূত

খ) অপূৰ্ণ ভূত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) সম্ভাব্য ভূত।

১৫। এদিনাখন ভোলাই কি বুলি কৈ ওলাই গৈছিল?

ক) আইচক্ৰীম খাবৰ মনেৰে

খ) দেশ ভ্ৰমণ কৰোঁ বুলি

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) দেশ ভ্ৰমণ কৰোঁ বুলি।

১৬। এই কবিতাটোৰ কবিজনে কোন বিদ্যালয়ৰ পৰা প্ৰাক্-স্নাতক হয়?

ক) ঢেকীয়াখোৱা চাওখাট মধ্য অসমীয়া বিদ্যালয়ৰ পৰা

খ) যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা

গ) জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা

উত্তৰঃ গ) জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা।

১৭। এই কবিতাটোৰ কবিজনে কোন বিদ্যালয়ৰ পৰা স্নাতক হয়?

ক) যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা

খ) জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা

গ) ঢেকীয়াখোৱা চাওখাট মধ্য অসমীয়া বিদ্যালয়ৰ পৰা

উত্তৰঃ ক) যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা।

১৮।  এই কবিতাটোৰ কবিজনে কোন বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল?

ক) যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা

খ) জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা

গ) ঢেকীয়াখোৱা চাওখাট মধ্য অসমীয়া বিদ্যালয়ৰ পৰা

উত্তৰঃ গ) ঢেকীয়াখোৱা চাওখাট মধ্য অসমীয়া বিদ্যালয়ৰ পৰা।

১৯। এই কবিতাটোৰ কবিজনৰ কিমান চনত মৃত্যু হয়?

ক) ২০০৪ চনত

খ) ১৯৪৮ চনত

গ) ১৮৪৬ চনত

উত্তৰঃ ক) ২০০৪ চনত।

২০। এই কবিতাটোৰ কবিজনৰ কিমান তাৰিখে মৃত্যু হয়?

ক) ৩ অক্ট’বৰত

খ) ৭ ছেপ্তেম্বৰত

গ) ৫ অক্ট’বৰত

উত্তৰঃ গ) ৫ অক্ট’বৰত।