১৯৯৪ চনৰ আইনৰ আগতে অসমত কিমান চনৰ পঞ্চায়তীৰাজ আইন আছিল ?

উত্তৰঃ ১৯৯৪ চনৰ আইন আগতে অসমত ১৯৮৬ চনৰ পৰা পঞ্চায়তীৰাজ আইন আছিল।