১৮২৪ আৰু ১৮২৫ চন দুটা কি কাৰণত অসমৰ বাবে কুবছৰ?

উত্তৰঃ বৃটিছ উক্ত বছৰ দুটাৰ নামনি অসম আৰু উজনি অসম দখল কৰে।