জিলা পৰিষদত ২০১১ চনৰ সংশোধনীমতে অনুসূচিত জাতি আৰু জনজাতি মহিলাৰ কাৰণে কিমান আসন সংৰক্ষণ থাকিব লাগে ?

উত্তৰঃ জিলা পৰিষদত ২০১১ চনৰ সংশোধনীমতে অনুসূচিত জাতি আৰু জনজাতি মহিলাৰ কাৰণে পঞ্চাশ শতাংশ আসন সংৰক্ষণ থাকিব লাগে।